আজি কেৰিয়াৰৰ শততম টেষ্টত অৱতীৰ্ণ হ’ব বিৰাট কোহলি

আজি কেৰিয়াৰৰ শততম টেষ্টত অৱতীৰ্ণ হব বিৰাট কোহলি। মহালিত শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতীয় দল নমাৰ লগে লগে অনন্য কৃতিত্ব অৰ্জন কৰিব ৰাণ মেছিনে। বিৰাট কোহলি ১০০ খন টেষ্ট খেলা ভাৰতৰ ১২ সংখ্যক ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব।

ইফালে আজিৰে পৰা অধিনায়ক হিচাপে টেষ্টত অভিষেক ঘটিব ৰোহিত শৰ্মাৰ। ২২ বছৰৰ পিছত এজন মুম্বাইৰ খেলুৱৈয়ে নেতৃত্ব দিব ভাৰতীয় টেষ্ট ক্ৰিকেট দলক। ৰোহিত শৰ্মাৰ নেতৃত্বতে কোহলিয়ে লাভ কৰিব ১০০ খন টেষ্ট খেলা কৃতিত্ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...