চিকিৎসাধীন বলীউডৰ অভিনেতা নাছিৰুদ্দীন শ্বাহ

গুৱাহাটী, ৩০ জুন, NKTV: বলীউডৰ অভিনেতা নাছিৰুদ্দীন শ্বাহৰ স্বাস্থ্যৰ অৱনতি। মুম্বাইস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা গৰাকীক। অভিনেতা গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে তেওঁ নিমোনিয়াত আক্ৰান্ত হোৱাৰ বাবে ২৯ তাৰিখে তেওঁক চিকিৎসালয়ত কৰোৱা হৈছিল। অৱশ্যে তেওঁ ক্ৰমাত সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে। তেওঁৰ মেনেজাৰে প্ৰকাশ কৰা মতে, নিমোনিয়াই তেওঁৰ হাওঁফাওঁত আক্ৰমণ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান চিকিৎসা অব্যাহত আছে। অভিনেতাগৰাকীক আজি নাইবা কাইলৈ চিকিতসালয়ৰ পৰা যাবলৈ দিয়া হ’ব বুলিও মেনেজাৰ গৰাকীয়ে জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...