বাজেট দাখিলৰ পূৰ্বে নতুন অৰ্থনৈতিক উপদেষ্টা নিযুক্তি

সাধাৰণ বাজেটৰ পূৰ্বে দেশৰ নতুন অৰ্থনৈতিক উপদেষ্টা নিযুক্তি। ড০ ভেংকটাৰমণ অনন্ত নাগেশ্বৰমক কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা নিযুক্তি। শুকুৰবাৰে দেশৰ নতুন অৰ্থনৈতিক উপদেষ্টাৰূপে দায়িত্ব গ্ৰহণ কৰে নাগেশ্বৰমে। ১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব দেশৰ সাধাৰণ বাজেট। বাজেট দাখিলৰ পূৰ্বে দেশৰ নতুন অৰ্থনৈতিক উপদেষ্টা নিযুক্তি তাৎ‍পৰ্যপূৰ্ণ বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...