গাঁওৰক্ষী বাহিনীৰ সম্পাদকক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা

গোগামুখৰ গুৰথালীত নৃশংস হত্যাকাণ্ড। চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা গাঁওৰক্ষী বাহিনীৰ সম্পাদকক। গুৰথালী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক দিলিপ চুতীয়াক চোকা অস্ত্ৰৰে হানি খুচি হত্যা। টিকেন্দ্ৰ চুতীয়া নামৰ লোকজনে পত্নী পুত্ৰৰ সৈতে মিলি হত্যা কৰাৰ অভিযোগ। হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত টিকেন্দ্ৰ চুতীয়া আৰু পুত্ৰ সঞ্জীৱ চুতীয়া দুই পিতা-পুত্ৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া দুয়ো পক্ষৰ মাজত কোনো কথাত হৈছিল তৰ্ক বিতৰ্ক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

“ভাৰতৰ প্ৰতি থকা প্ৰেমে সকলোকে একত্ৰিত কৰে”: মিজোৰামৰ ৭ বছৰীয়া কিড ষ্টাৰ লালডুহামীক গিটাৰ উপহাৰ দিলে অমিত শ্বাহে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সময়ত মিজোৰামৰ...

পাকিস্তান, ভূটানকে ধৰি ৪৩খন দেশৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে তিনি স্তৰৰ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব...

৯ মাহ মহাকাশত থকাৰ পিছত মানৱ শৰীৰত কি কি পৰিৱৰ্তন হয়?

৯ মাহ ধৰি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (ISS) থকাৰ পিছত...

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান চিকিৎসালয়ত ভৰ্তি বিশিষ্ট সংগীতজ্ঞ...