ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতক; ৰুছৰ ওপৰত অর্থনৈতিক নিষেধাজ্ঞা আমেৰিকাৰ

  • ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সম্বোধন
  • ৰাছিয়াৰ ওপৰত বহু নিষেধাজ্ঞা আমেৰিকাৰ
  • ৰুছৰ ওপৰত অর্থনৈতিক আক্ৰমণ
  • ইউক্ৰেইন ৰক্ষাৰ বাবে আমেৰিকাৰ প্ৰতিবন্ধকতা
  • আমেৰিকাত থকা ৰুছৰ সকলো সম্পত্তি জব্দৰ ঘোষণা
  • বেংকিং খণ্ডতো আমেৰিকাৰ প্ৰতিবন্ধকতা
  • NATOৰ বৈঠকত ৰুছৰ বিৰুদ্ধে লোৱা হ’ব বৃহৎ সিদ্ধান্ত
  • ৰুছে বৰ্তমানেও ইউক্ৰেইনৰ ওপৰত অব্যাহত ৰাখিছে আক্ৰমণ
  • ৰুছৰ বোমাবৰ্ষণত দিশহাৰা হৈছে ইউক্ৰেইন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...