ৰাছিয়াৰ বিৰুদ্ধে যুঁজিব ইউক্ৰেইনৰ হেকাৰে

ইউক্ৰেইনে চাইবাৰ ক্ষেত্ৰত ৰাছিয়াক আঘাত কৰিবলৈ IT সেনা সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে, দেশখনৰ উপ-প্ৰধানমন্ত্ৰী মাইখাইলো ফেডোৰভে কয়। “আমি এটা আইটি সেনা সৃষ্টি কৰিছো। আমাক ডিজিটেল প্ৰতিভাৰ প্ৰয়োজন,” ফেডোৰভে টুইট কৰে। তেওঁ ৰাছিয়াৰ বিশিষ্ট ৱেবছাইটসমূহৰ এখন তালিকাও শ্বেয়াৰ কৰি কয়, “সকলোৰে বাবে কাম থাকিব। আমি চাইবাৰ ক্ষেত্ৰত যুঁজ অব্যাহত ৰাখিছো।”

ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে ডিজিটেল যুদ্ধ আৰম্ভ কৰিবলৈ হেকাৰ সকলক আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...