প্ৰশান্ত মহাসাগৰত ভয়াৱহ আগ্নেয়গিৰিৰ উদগীৰণ, টংগাত ছুনামীৰ আৰম্ভণি!

প্ৰশান্ত মহাসাগৰত ভয়াৱহ আগ্নেয়গিৰিৰ উদগীৰণ। আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত টংগাত ভয়াৱহ পৰিস্থিতি। টংগাত সৃষ্টি হৈছে চুনামি। প্ৰশান্ত মহাসাগৰত উদগীৰণ হোৱা অগ্নেয়গিৰিৰ বাবে সৃষ্টি হৈছে চুনামিৰ।

দক্ষিণ প্ৰশান্ত মহাসাগৰত উদগীৰণ হৈছে আগ্নেয়গিৰি। কালৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে। জলমগ্ন হৈ পৰিছে দেশখনৰ অধিকাংশ অঞ্চল। সাগৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে বানত বুৰ গৈছে দেশখনৰ বিভিন্ন প্ৰান্ত। ছেটেলাইটত ধৰা পৰিছে আগ্নেয়গিৰি উদগীৰণৰ ভয়াৱহ দৃশ্য। সমগ্ৰ দেশখনতে জাৰি কৰা হৈছে হাইএলাৰ্ট। নিউজিলেণ্ড পৰ্যন্ত জাৰি কৰা হৈছে হাইএলাৰ্ট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...