গুৱাহাটীৰ ৰাজপথত চলিছে পৰিবহন বিভাগৰ অভিযান

গুৱাহাটীৰ ৰাজপথত পৰিবহন বিভাগৰ অভিযান। ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বিপৰীতে এই অভিযান চলিছে। পৰিবহন বিষয়া হিমাংশু দাসৰ নেতৃত্বত এই অভিযান ৰাজপথত। ৰাজপথত থকা বাছ আস্থানসমূহত চলিল এই অভিযান। নীতি-নিয়ম বহিৰ্ভূতভাবে যিসকল বাছে যিকোনো স্থানত বাছ ৰখায়। যাৰ ফলত এই বাছসমূহ ৰখাই সেইসমূহ বাছক নাকী লগোৱাৰ উদ্দেশ্যে এই অভিযান। বাছ আস্থানসমূহতে যাতে যাত্ৰীসকলৰ বাবে বাছসমূহ ৰখাই তাৰ বাবে বাছৰ কৰ্মচাৰী সকললৈ আহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...