মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত শোকাৱহ ঘটনা

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত ভয়ংকৰ ঘটনা। এস্কেভেটৰে খন্দা গাঁতত পৰি কৰুণ মৃত্যু দুই শিশুৰ। আনফালে এই ঘটনাত আহত আন তিনি শিশু। মৃত্যু হোৱা শিশু দুটি নলবাৰী গাঁৱৰ৷ আহত তিনি শিশুক চিকিৎসালয়ত ভৰ্তি। মেঘালয়ৰ ভাইটবাৰী অঞ্চলৰ নলবাৰী গাঁৱত এই অঘটন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...