মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত শোকাৱহ ঘটনা

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত ভয়ংকৰ ঘটনা। এস্কেভেটৰে খন্দা গাঁতত পৰি কৰুণ মৃত্যু দুই শিশুৰ। আনফালে এই ঘটনাত আহত আন তিনি শিশু। মৃত্যু হোৱা শিশু দুটি নলবাৰী গাঁৱৰ৷ আহত তিনি শিশুক চিকিৎসালয়ত ভৰ্তি। মেঘালয়ৰ ভাইটবাৰী অঞ্চলৰ নলবাৰী গাঁৱত এই অঘটন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...