মুখ্য বাতৰি

তেজত ৰক্তকণিকা গঠনত সহায় কৰে কঁঠালে

কঁঠালৰ উপকাৰিতা বহুতো আছে। অসমৰ প্ৰায় সকলো মানুহৰে বাৰীত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়। কঁঠালক পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি। কঁঠালত...

‘বুল্লি বাই’ এপৰ সৃষ্টিকৰ্তা নিৰজ বিষ্ণইৰ জামিন মঞ্জুৰ

‘বুল্লি বাই’ এপৰ সৃষ্টিকৰ্তা নিৰজ বিষ্ণইৰ জামিন মঞ্জুৰ‘ছুল্লি ডীলছ’ এপৰ ওমকাৰেশ্বৰ ঠাকুৰৰো জামিন মঞ্জুৰমানৱীয়তাৰ ভিত্তিত জামিন লাভ দুই অভিযুক্তৰসোমবাৰে দিল্লী ন্যায়ালয়ে মঞ্জুৰৰ কৰে দুয়োৰে...

গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলামেঘালয় সীমান্তৰ চৰকপাৰাত হাতীৰ গচকত প্ৰাণ গ’ল এগৰাকী মহিলাৰনিহত মহিলাগৰাকীৰ নাম চেনিথা ৰাভা

ৰাজ্যসভা নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্ৰেছ-AIUDFৰ সংঘাত!

ৰাজ্যসভা নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্ৰেছ-AIUDFৰ সংঘাতAIUDFক বিশ্বাস আৰু আস্থাত নোলোৱাৰ অভিযোগকংগ্রেছ নেতৃবৰ্গই ৰাজহুৱাভাৱে এৰাই চলিছে AIUDFৰ নামকংগ্রেছৰ অফিচিয়েল টুইটত নাথাকে AIUDF অথবা আজমলৰ নামবিশ্বাসত লোৱা...

অসম-মেঘালয় সীমা বিবাদক লৈ আজি দিল্লীত ঐতিহাসিক চুক্তি

অসম-মেঘালয় সীমা বিবাদক লৈ আজি ঐতিহাসিক চুক্তিদিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মামেঘালয় কনৰাড চাংমাও দিল্লীত উপস্থিতকেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকবৈঠকৰ পিচতে...

Popular