মুখ্য বাতৰি

ৰাজ্যৰ ১২খন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১,০০০ কোটি টকা অনুমোদনৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাজ্যৰ ১২খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ পুঁজি অনুমোদন জনোৱা...

‘জৰুৰীকালীন অৱস্থা জাৰি কৰি অনুতপ্ত হৈছিল ইন্দিৰা গান্ধী’, ৪৯ বছৰৰ পিছত মুখ খুলিলে ছোনিয়া গান্ধীয়ে

দেশত জৰুৰীকালীন অৱস্থা (Emergency) জাৰি কৰাৰ সিদ্ধান্তক লৈ অনুতপ্ত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। আনকি সেই সময়ছোৱাত হোৱা অত্যাধিক কঠোৰতাৰ বাবে তেওঁ ৰাজহুৱাভাৱে ক্ষমাও...

৪,৭০০ কোটি টকা খৰচ কৰিও ৰিপাব্লিকানক জিকাব নোৱাৰিলে মাস্কে! নিৰ্বাচনী পৰাজয়ৰ পিছতে ৭ লাখ কোটি টকাৰ সম্পত্তি হ্ৰাস ইলন মাস্কৰ

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকান দলক জয়ী কৰাবলৈ বিপুল পৰিমাণৰ ধন ব্যয় কৰিও সফল নহ’ল বিশ্বৰ অন্যতম ধনকুবেৰ ইলন মাস্ক। নিৰ্বাচনত ডেম'ক্ৰেটিক দলৰ হাতত ৰিপাব্লিকানসকলৰ...

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান আক্ৰমণত ২২জন লোক নিহত হোৱাৰ লগতে আন ৩০জন আহত হৈছে। নিহত আৰু আহতসকলৰ অধিকাংশই মহিলা...

খানাপাৰাত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ, স্বামীৰ বিস্ফোৰক অভিযোগ

মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি মৃতদেহটো পেলাই থৈ...

Popular