মুখ্য বাতৰি

ফিৰংগী বিজেপিৰে ভৰি আছে অসমৰ বিজেপি দল: গৌৰৱ গগৈ

ফিৰংগী বিজেপিৰে ভৰি আছে অসমৰ বিজেপি দল। পুৰণি বিজেপিৰ মানুহ দেখাই নাপাওঁ। হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ গৈ চাৰ্জিকেল ষ্ট্ৰাইক কৰিলে। https://www.youtube.com/watch?v=EVj4_jGlNX0 এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে বিজেপিক হৰুৱাব...

চিনেমাৰ দৰে এক কাহিনী! কিদৰে মুকেশ কুমাৰে স্থান পালে টীম ইণ্ডিয়াত?

'ক্ৰিকেট খেলি একো লাভ নহ'ব''তই CRPFত চাকৰি পাবলৈ চেষ্টা কৰ''বিহাৰত ক্ৰিকেটৰ একো ভৱিষ্যৎ নাই' এইয়া হ'ল ভাৰতীয় দলত সুযোগ পোৱা এজন বলাৰৰ পিতৃৰ সৈতে হোৱা...

অনুপ চেতিয়াৰ জিয়ৰী এতিয়া বাংলাদেশৰ বোৱাৰী!দৰা কোন জানেনে?

বাংলাদেশী যুৱকৰে আলফা নেতাৰ কন্যাৰ বিয়াঅনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাৰ বিয়াক লৈ চৰ্চাদৰা-কইনাৰ ইচ্ছাৰ সপক্ষে সন্মতি পিতৃ অনুপ চেতিয়াৰচাবুৱাৰ জেৰাইত বিবাহৰ পূৰ্বৰ মাংগলিক কাৰ্য...

T20 বিশ্বকাপ: অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ল টীম ইণ্ডিয়া

T20 বিশ্বকাপৰ বাবে সাজু মেন ইন ব্লুঅষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ল টীম ইণ্ডিয়া১৪ জনীয়া দল ৰাওনা অষ্ট্ৰেলিয়ালৈঅধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত ৰাওনা দলটো

তেজস্বিতা বৰুৱাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত

তেজস্বিতা বৰুৱাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তADC বিপুল দাসৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ তদন্তচিকিৎসকৰ মতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুতেজস্বিতাৰ মৃত্যুক সহজভাৱে লোৱা নাই পৰিয়ালে

Popular