মুখ্য বাতৰি

নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত প্ৰদৰ্শিত বিহু

হাজাৰ-বিজাৰ ঋণাত্মক খবৰৰ মাজতে, আমালৈ আহে কিছু ভাল খবৰ। খবৰৰ মাজত লুকাই থাকে সেই খবৰবোৰ। তেনে এটা খবৰ আপোনাক দিব বিচাৰিছোঁ। বিশ্ব বিখ্যাত এখন...

বাটলাৰ, সেহৱাগ, ৱাৰ্ণাৰৰ অভিলেখ ভংগ কৰিলে ৰিয়ান পৰাগে

চৈয়দ মুস্তাক আলী ট্ৰফীত ৰিয়ানৰ চমক সৰ্বাধিক ৰান সংগ্ৰকাৰীৰ দৌৰত শীৰ্ষত অসম সন্তান ৰিয়ান দেওধৰ ট্ৰফীৰ পিছত যেন ঘূৰি চোৱা নাই অসম সন্তান ৰিয়ান পৰাগে। ভাৰতীয়...

চৰকাৰী উন্নয়নৰ শ্লগানৰ চূড়ান্ত প্ৰহসন

চৰকাৰী উন্নয়নৰ শ্লগানৰ চূড়ান্ত প্ৰহসনচহবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাই উদঙালে চৰকাৰৰ স্বৰূপজৰাজীৰ্ণ বাঁহৰ দলং ভাঙি নদীত পৰিল ৪০ ছাত্ৰ-ছাত্ৰীসংকটজনক অৱস্থাত চিকিৎ‍সাধীন ৫ শিক্ষাৰ্থীশিক্ষাৰ্থী জীৱনৰ সৈতে খেলা...

কাজিৰঙাৰ নান্দনিক দৃশ্য চাবলৈ পৰ্যটকৰ আগমন

আৰম্ভ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষকাজিৰঙাৰ নান্দনিক দৃশ্য চাবলৈ পৰ্যটকৰ আগমনজাহাজেৰে আহি শিলঘাট পালে বিদেশী পৰ্যটকচাহ বাগিছাৰ মাজত তাল মিলালে ঢোলৰ চাপৰত ইতিমধ্যে দেশী...

ভৰুণ আঘোণলৈ আৰু কিছু পৰ বাকী…পকাধানে ৰিঙিয়াই মাতিছে সবাকে গাভৰু পথাৰলৈ

ঢকুৱাখনাত আঘোণৰ পূৰ্বেই সোণোৱালী শইছ চপোৱাত ব্যস্ত দাৱনী। প্ৰাণচঞ্চলা দাৱনীৰ হাতৰ কাঁচিত মুঠি বান্ধিছে আই-পিতাইৰ সপোন। আঘোণৰ প্ৰাকক্ষণত এতিয়া ঢকুৱাখনাৰ পথাৰে পথাৰে উচাহৰ ঢল।...

Popular