মুখ্য বাতৰি

ৰিমালৰ প্ৰভাৱত উত্তৰ-পূবৰ ভিন্নপ্ৰান্তত ব্যাপক ধুমুহা-বৰষুণ

সামুদ্ৰিক ঘূৰ্ণী ৰিমালৰ সংহাৰ বাংলাদেশৰ লগতে পশ্চিমবংগতৰিমালৰ প্ৰভাৱত উত্তৰ-পূবৰ ভিন্নপ্ৰান্তত ব্যাপক ধুমুহা-বৰষুণবছৰটোৰ প্ৰথমটো ধুমুহাত এতিয়ালৈকে ৩৩ গৰাকীৰ মৃত্যুধুমুহাত বাংলাদেশত ১০ জনৰ মৃত্যু, মিজোৰামত ভূ-স্খলনত...

অসম আৰু উত্তৰ পূবত প্ৰৱেশ কৰা ঘূর্ণীবতাহৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে নির্দেশনা জাৰি: মুখ্যমন্ত্ৰী বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম আৰু উত্তৰ পূবত প্ৰৱেশ কৰা ঘূর্ণীবতাহ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি...

শীঘ্ৰেই লেখিকাৰূপে আত্মপ্ৰকাশ কৰিব বিপাশা বসুৱে

অভিনেত্ৰী হিচাপে যথেষ্ট জনপ্ৰিয় বলীউডৰ অভিনেত্ৰী বিপাশা বসু। মাতৃ হিচাপেও যেন যথেষ্ট দায়িত্বশীল বিপাশা। কন্যাৰ জন্মৰ পিছৰে পৰা অভিনয় জগতৰ পৰা আঁতৰি আছে বিপাশা।...

সাগৰীয় ঘূৰ্ণী ৰিমালে সংহাৰ চলাইছে পশ্চিমবংগসহ উত্তৰ পূবত

সাগৰীয় ঘূৰ্ণী ৰিমালে সংহাৰ চলাইছে পশ্চিমবংগসহ উত্তৰ পূবত। মিজোৰাম আৰু মনিপুৰতো বিস্তৰ ক্ষতি কৰিছে ৰিমালে। আইজলত ভূমিস্খলনত নিহত কমেও ১৫ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। মনিপুৰত...

অসমতো ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱ

অসমতো ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱ। ৰাজ্যত ঠায়ে ঠায়ে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, ৰে’ড এলাৰ্ট। প্ৰৱল বৃষ্টিপাতৰ বাবে বহু ঠাইতে জাৰি কৰা হৈছে ৰে’ড...

Popular