মুখ্য বাতৰি

দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হ’ব মিথুন চক্ৰৱৰ্তী

চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনন্য অৱদানৰ বাবে মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা সন্মান। ৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত...

মণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযান

গৰৈমাৰীত গুণ্ডাৰাজমণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযানআকৌ আৰম্ভ হৈছে লাট-মণ্ডলৰ দালালি ঘটনা গৰৈমাৰী ৰাজহ ৰাজহ চক্ৰ বিষয়াৰ অধীনস্থ এলেকাৰ। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই ভাগৰি...

লেবাননত অব্যাহত ইজৰাইলী বাহিনীৰ বিধ্বংসী আক্ৰমণ

হেজবোল্লা মুৰব্বীৰ হত্যাৰ পিছতো ক্ষান্ত হোৱা নাই ইজৰাইলী বাহিনী। ৰাজধানী বেইৰুটসহ লেবাননৰ কেবাখনো চহৰত বোমাবৰ্ষণ। বিধ্বস্ত বহু আৱাসিক অট্টালিকা, দেশ এৰিছে হেজাৰ হেজাৰ লোকে।...

মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ!

মোবাইল আসক্তিৰ ভয়ংকৰ পৰিণতি। মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত ল'লে সপ্তম শ্ৰেণীৰ ছাত্ৰই! শোকাৱহ ঘটনাই জোকাৰি গ'ল ৰাজ্য। চতিয়াৰ কৰৈয়নীত সংঘটিত হৈছে ভয়ংকৰ...

পুনৰ বিদেশ ভ্ৰমণলৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অহা ৩০ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চৰকাৰী ভ্ৰমণসূচী লৈ চাৰিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব...

Popular