মুখ্য বাতৰি

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন। জাষ্টিচ মিছন ২০২৫ নামেৰে নামকৰণ কৰা এই অনুশীলন সোমবাৰৰ পৰা আৰম্ভ হয়। লক্ষ্য হৈছে যে,...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন লোক নিহত হোৱাৰ লগতে আহত ২৬জনৰো অধিক। ৰাজপথতে ভস্মীভূত হয় ট্ৰাক, বাছকে ধৰি কেইবাখনো যান-বাহন।...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল। শ্বেয়াৰ বজাৰৰ অস্থিৰতা, বিদেশী বিনিয়োগকাৰীৰ বিক্ৰী, উচ্চ মূল্যায়ন, আৰু বিশ্বৰ অনিশ্চয়তাৰ মাজতে কিছুসংখ্যক কোটিপতিৰ ধন-সম্পত্তি...

চীনে কিয় অৰুণাচল প্ৰদেশক লক্ষ্য কৰি লৈছে? পেন্টাগনৰ প্ৰতিবেদনত উন্মোচিত হৈছে বেইজিঙৰ অশুভ পৰিকল্পনা

ভাৰত আৰু চীনৰ মাজত পূব লাডাখৰ লাইন অৱ এক্সুৱেল কণ্ট্ৰ’ল (LAC)ত বছৰ বছৰ ধৰি চলি থকা সামৰিক অচলাৱস্থা আনুষ্ঠানিকভাৱে সমাপ্ত হোৱাৰ পিছতো চীনে অৰুণাচল...

হলিউডত আন এক ৰহস্যজনক মৃত্যু! ‘ইট’ৰ অভিনেতা জেমছ ৰেনছনে কিয় চৰম সিদ্ধান্ত বাছি ল’লে?

হলিউডৰ আন এক ঘটনা। প্ৰয়াত 'দ্য ৱায়াৰ এণ্ড ইট: চেপ্টাৰ ২'-বিখ্যাত অভিনেতা জেমছ ৰেনছন। জানিব পৰা মতে, ১৯ ডিচেম্বৰত লছ এঞ্জেলছত হলিউডৰ অভিনেতাজনে আত্মহত্যা...

Popular