কাজিৰঙাত এতিয়া বাঘ হৈ পৰিছে পৰ্যটকৰ অন্যতম আকৰ্ষণ

কাজিৰঙাত পৰ্যটকৰ সন্মুখত সঘনে ধৰা দিছে ঢেকীয়াপতীয়াই
পূৰ্বৰ তুলনাত সঘনে বাঘ দেখা পোৱাৰ সৌভাগ্য হৈছে পৰ্যটকসকলৰ
গহীন গম্ভীৰ বাঘৰ খোজে মন জুৰাইছে দেশী–বিদেশী পৰ্যটকৰ
বৃহস্পতিবাৰেও ঢেকীয়াপতীয়াই সাক্ষাৎ দিলে পৰ্যটকক
পৰ্যটকৰ জীপছিৰ আগে আগে বনৰজাৰ মুক্ত বিচৰণ
কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত সঘন আগমন ঘটিছে দেশী-বিদেশী পৰ্যটকৰ
প্রায় প্রতিটো দিনেই পৰ্যটকসকলে লাভ কৰিছে ৰোমাঞ্চকৰ অভিজ্ঞতা
২০২৩-২৪ত ৩ লাখ ১৩ হাজাৰ ৫৭৪ গৰাকী দেশীয় পৰ্যটক কাজিৰঙালৈ
১৩,৯১৯ গৰাকী বিদেশী পৰ্যটকে উপভোগ কৰিছে কাজিৰঙাৰ শোভা
পৰ্যটকৰ পৰা ৮ কোটি ৮১ লাখ ৮৪ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...