ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পূৰ্বে ৩জন ভাৰতীয় ক্ৰিকেটাৰ ক’ভিডত আক্ৰান্ত

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক দুখৰ খবৰ। শ্ৰেয়াছ আয়াৰ, শিখৰ ধাৱান আৰু ৰুতুৰাজ গায়কৱাড়কে ধৰি প্ৰায় আঠজন ভাৰতীয় খেলুৱৈয়ে আহমেদাবাদত উপস্থিত হোৱাৰ পিছত ক’ভিডত আক্ৰান্ত হোৱা বুলি খবৰ ওলাইছে। ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা তিনিখন এদিনীয়া শৃংখলাত ৱেষ্ট ইণ্ডিজৰ সৈতে খেলি থকা ভাৰতীয় দলৰ অংশ হৈছে এই তিনিওজন।

যিহেতু ধাৱান, আয়াৰ আৰু গায়কৱাডে ভাৰতীয় দলৰ আন সদস্য সকলৰ লগত আছিল, সেইবাবে ভাকি খেলুৱৈ সকলৰো ক’ভিড পৰীক্ষা কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...