চুমি বৰা সন্দৰ্ভত এটা ডাঙৰ খবৰ

অৱশেষত জামিন লাভ কৰিলে চুমি বৰাই। ট্ৰেডিং কেলেংকাৰিৰ গোচৰত জামিন লাভ চুমি বৰাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। CBIৰ গোচৰত জামিন লাভ চুমি বৰাৰ। জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি। চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ। বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হৈ আছে গোচৰ। ডিব্ৰুগড় থানাৰ ৩৫২/২৪ নম্বৰৰ গোচৰটোত জামিন লাভ চুমি বৰাৰ। চুমি বৰাৰ হৈ যুক্তি আগবঢ়াইছিল জ্যেষ্ঠ অধিবক্তা আনন ভূঞাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...