২০২৬ চনৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা হিমন্ত বিশ্ব শৰ্মাৰ

পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বৰ দোমাহীৰ দিনা অৰ্থাৎ বহাগৰ প্ৰথম দিনটোতে বৰপেটা সত্ৰত বৰ্ষফল ঘোষণা হ’ল । বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে বৰ্ষফল গণনা কৰিলে। শেহতীয়াকৈ ৰাজনীতি সন্দৰ্ভত গণনা কৰা বৰ্ষফল অনুসৰি বিৰোধীৰ তুলনাত ভাল যোগ চলিছে শাসকীয় নেতাৰ।

শাসকৰ জয় জয় কাৰ, বিৰোধীৰ পতন

পৰম্পৰা ৰক্ষা কৰি বৰপেটা সত্ৰত বৰ্ষফল গণনা

মংগল দশা চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

২০২৬ চনলৈ শুভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চাৰিওদিশে সফল হ’ব ৰাজ্য চৰকাৰ

জন্মফল অনুসৰি পুনৰবাৰ মোদীৰ জয় হ’ব

কিন্তু প্ৰধানমন্ত্ৰী ৰূপে ৩য়বাৰৰ কাৰ্যকাল হয়তো শেষ কৰিব নোৱাৰিব মোদীয়ে!

২০২৭ চনৰ ৬ ডিচেম্বৰলৈহে মংগলৰ দশা প্ৰধানমন্ত্ৰী মোদীৰ

শুক্ৰৰ দশা চলি আছে মুখ্যমন্ত্ৰীৰ

২০২৬ চনৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা হিমন্ত বিশ্ব শৰ্মাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...