পোনপ্ৰথমবাৰৰ বাবে NKTVয়ে পোহৰলৈ আনিছিল সেই খবৰ

NKTVৰ বাতৰিৰ প্ৰভাৱ।
গোৱালপাৰাত ৰক্ষা পৰিল হাজাৰ হাজাৰ শাল গছ।
ৰক্ষা পৰিল দহিকটা সংৰক্ষিত বনাঞ্চলৰ হস্তীদণ্ডী।
মৰনৈৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ ভূমিত বন্ধ হ’ল বন ধ্বংস।
বন বিভাগে ঔদ্যোগিক কেন্দ্ৰলৈ হস্তান্তৰ কৰিছিল বনাঞ্চলখনৰ ভূমি।
সেই ভূমিত ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডক উদ্যোগ স্থাপনৰ অনুমতি দিছিল ঔদ্যোগিক বিকাশ কেন্দ্ৰই।
উদ্যোগ স্থাপনৰ অনুমতি পায়েই এফালৰ পৰা বন ধ্বংস কৰিছিল BPCL-এ।
পোন প্ৰথমবাৰৰ বাবে NKTVএ পোহৰলৈ আনিছিল সেই খবৰ।
তাৰ পিছতে অঞ্চলটোত দল-সংগঠনে আৰম্ভ কৰিছিল প্ৰতিবাদ।
প্ৰতিবাদত সেও মানি সেই ঠাই এৰিবলৈ বাধ্য হল কোম্পানীটো।
কোম্পানীটোৱে নিজেই ভাঙি পেলালে অস্থায়ী কাৰ্যালয়।
স্বস্তিৰ নিশ্বাস পেলাই NKTVক ধন্যবাদ জ্ঞাপন স্থানীয় ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...