এক Videoৰ জৰিয়তে ছানী লিয়নীয়ে দিছে CHALLENGE!

গুৱাহাটী, ১১ জুলাই, NKTV: সততে Bold আৰু Attractiveব্যক্তিত্বৰে ছবিজগতত সুকীয়া পৰিচয় লাভ কৰা অভিনেত্ৰী গৰাকীৰ ছ’চিয়েল মিডিয়াতো আছে কোটি-কোটি অনুৰাগী। ছানী লিয়নীয়ে অলপতে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত অনুৰাগীসকলৰ সৈতে এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে, যাৰ দ্বাৰা অনুৰাগীসকলক এক আমোদজনক প্ৰত্যাহ্বান দিছে অভিনেত্ৰী গৰাকীয়ে।

ছানী লিয়নীয়ে ভিডিঅ’টোত এটি গীতত অভিনয় কৰা পৰিলক্ষিত আছে আৰু দৰ্শকসকলক কোনটো গান Guess কৰিবলৈ কোৱা হৈছে।

প্ৰতিবেদনটি যুগুত কৰাৰ সময়লৈকে, ছানী লিয়নীৰ ভিডিঅ’টোৱে ১ মিলিয়নৰো অধিক Views লাভ কৰিছে। উল্লেখ্য যে, ছানী লিয়নীক শীঘ্ৰেই অভিনেতা বিক্ৰম ভট্টৰ ৱেব ছিৰিজ ‘অনামিকা’ত দেখা পোৱা যাব। বিক্ৰম ভট্ট আৰু কৃষ্ণ ভট্টৰ লোনেণ্ডাৰ প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মাণ কৰা হৈছে অনামিকা শীৰ্ষক ৱেব ছিৰিজখন। MX PLAYERযোগে মুক্তি দিয়া হ’ব ৱেব ছিৰিজখন। অভিনেত্ৰী গৰাকীক মনস্তাত্ত্বিক থ্ৰিলাৰ ‘শ্বেৰো’টো দেখা পোৱা যাব। তেওঁক পিৰিয়ড ড্ৰামা চলচ্চিত্ৰ ‘দ্য বেটেল অফ ভীমা কোৰেগাঁও’ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰতো অভিনয় কৰা দেখা পোৱা যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...