হিজাব পৰিধান কৰা ছাত্ৰীয়ে সুকীয়াকৈ বহিব লাগিব কলেজত

হিজাব পৰিধান কৰা ইছলামধৰ্মী ছাত্ৰীসকলে সুকীয়াকৈ বহিব লাগিব কলেজত। হিজাব পিন্ধা শিক্ষাৰ্থীসকলক পৃথকে ক্লাছৰুমত বহিবলৈ দিয়া হ’ব। সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একেলগে পাঠদান কৰিবলৈ দিয়া নহয়। দেশজুৰি বিতৰ্কৰ পিছত হিজাব পৰিধান কৰি শিক্ষানুষ্ঠানলৈ অহাৰ অনুমতি ছাত্ৰীসকলক। কৰ্ণাটকৰ শিক্ষা বিভাগে হিজাব পৰিধান কৰি কেম্পাছত প্ৰৱেশৰ অনুমতি দিছে। কুন্দাপুৰা চৰকাৰী PU কলেজত আজিৰে পৰা ধৰ্মীয় আবেগলৈ লক্ষ্য ৰাখি ছাত্ৰীসকলৰ বাবে শিথিল কৰিছে নিয়ম। উল্লেখ্য যে, শিক্ষানুষ্ঠানসমূহত হিজাব বাৰণ কৰাৰ পিছতে দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। একাংশই তীব্ৰ সমালোচনা কৰাৰ বিপৰীতে একাংশই সমৰ্থন জনাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...