ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলা। ৰঙালীৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলাৰ সংহাৰ। বতাহ-ধুমুহাই ব্যাহত কৰিছে স্বাভাৱিক জীৱন। ধুমুহাত ভিন্ন প্ৰান্তত উভালি পৰিছে গছ। ধুমুহাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে বৰষুণ।