STFৰ জালত ২ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটী মহানগৰীত STFৰ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান। এই অভিযান অব্যাহত থকাৰ সময়তে এক গোপন খবৰৰ ভিত্তিত আৰু STFৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত আঠগাঁৱৰ ৪নং ৰে’লৱে গেটত আজি অভিযান চলাই ৪৬.৯ গ্ৰাম ওজনৰ ৩৫টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, নগদ ৩৩০০ টকা, এটা মোবাইল ফোনসহ 2 ২কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইটা গোৱালপাৰাৰ লক্ষীপুৰৰ আচৌ আলি (২৭) আৰু বিহাৰৰ সীতামাৰ্হি জিলাৰ আনন্দ কুমাৰ ঝা (২৮)।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...