২ মে’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ শ্ৰীনিবাসক

অংকিতা দত্তৰ অভিযোগৰ ভিত্তিত CIDৰ নিৰ্দেশ অনুসৰি যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি শ্ৰীনিবাস বিভি সোমবাৰে গুৱাহাটীলৈ নাহিল। সোমবাৰে পুৱা ১১ বজাত CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ শ্ৰীনিবাসে হয়তো আওকান কৰিলে অসমলৈ আহিলে গ্ৰেপ্তাৰ হ’ব পাৰে।

অসমলৈ আহিলেই গ্ৰেপ্তাৰ হ’ব নেকি শ্ৰীনিবাস!

চিআইডিত ভাষ্য দিবলৈ নাহিল অভিযুক্ত কংগ্ৰেছ নেতাজন

ভাষ্য গ্ৰহণৰ বাবে সোমবাৰে শ্ৰীনিবাসক তলব কৰিছিল চিআইডিয়ে

২ মে’ত শ্ৰীনিবাসক হাজিৰ হোৱাৰ নিৰ্দেশ দিছপুৰ থানাত

অংকিতা দত্তৰ ভাষ্য লিপিবদ্ধ কৰিছে চিআইডিয়ে

শ্ৰীনিবাসলৈ ২১ এপ্ৰিলত জাননী প্ৰেৰণ কৰিছিল চিআইডিয়ে

সোমবাৰে পুৱা ১১ বজাত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল শ্ৰীনিবাসক

চিআইডিত ভাষ্য লিপিবদ্ধ নহ’ল শ্ৰীনিবাসৰ

গ্ৰেপ্তাৰৰ ভয়তে অসমলৈ নাহিল নেকি শ্ৰীনিবাস!

২ মে’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ শ্ৰীনিবাসক

অসমলৈ আহিলেই গ্ৰেপ্তাৰ হ’ব নেকি শ্ৰীনিবাস!

শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে জামিন বিহীন ধাৰাত গোচৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...