২ মে’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ শ্ৰীনিবাসক

অংকিতা দত্তৰ অভিযোগৰ ভিত্তিত CIDৰ নিৰ্দেশ অনুসৰি যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি শ্ৰীনিবাস বিভি সোমবাৰে গুৱাহাটীলৈ নাহিল। সোমবাৰে পুৱা ১১ বজাত CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ শ্ৰীনিবাসে হয়তো আওকান কৰিলে অসমলৈ আহিলে গ্ৰেপ্তাৰ হ’ব পাৰে।

অসমলৈ আহিলেই গ্ৰেপ্তাৰ হ’ব নেকি শ্ৰীনিবাস!

চিআইডিত ভাষ্য দিবলৈ নাহিল অভিযুক্ত কংগ্ৰেছ নেতাজন

ভাষ্য গ্ৰহণৰ বাবে সোমবাৰে শ্ৰীনিবাসক তলব কৰিছিল চিআইডিয়ে

২ মে’ত শ্ৰীনিবাসক হাজিৰ হোৱাৰ নিৰ্দেশ দিছপুৰ থানাত

অংকিতা দত্তৰ ভাষ্য লিপিবদ্ধ কৰিছে চিআইডিয়ে

শ্ৰীনিবাসলৈ ২১ এপ্ৰিলত জাননী প্ৰেৰণ কৰিছিল চিআইডিয়ে

সোমবাৰে পুৱা ১১ বজাত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল শ্ৰীনিবাসক

চিআইডিত ভাষ্য লিপিবদ্ধ নহ’ল শ্ৰীনিবাসৰ

গ্ৰেপ্তাৰৰ ভয়তে অসমলৈ নাহিল নেকি শ্ৰীনিবাস!

২ মে’ত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ শ্ৰীনিবাসক

অসমলৈ আহিলেই গ্ৰেপ্তাৰ হ’ব নেকি শ্ৰীনিবাস!

শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে জামিন বিহীন ধাৰাত গোচৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...