বিজেপি বিধায়কৰ কথা নুশুনাটোৱেই কাল হ’ল নেকি SI জোনমণিৰ?

বিজেপি বিধায়কৰ কথা নুশুনাটোৱেই কাল হ’ল নেকি জোনমণিৰ? বিধায়ক অমিয় ভূঞাৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰিছিল জোনমণিয়ে। ফোনতেই বিধায়ক জনক SI জোনমণিয়ে দিয়া নীতি শিক্ষা সামাজিক মাধ্যমত হৈ পৰিছিল ভাইৰেল। ইয়াকে লৈ সৃষ্টি হৈছিল বিভিন্ন প্ৰতিক্ৰিয়াৰ। ইয়াৰ কেইমাহ মান পিছতে প্ৰেমিক ৰাণা প’গাগৰ প্ৰৱঞ্চনাৰ সৈতে সাঙোৰ খাইছিল জোনমণিৰ নাম। নিজৰ প্ৰেমিকক জে’ললৈ পঠিয়াই পুনৰ হিৰো হ’বলৈ চেষ্টা চলাইছিল জোনমণিয়ে। অৱশেষত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠিয়ালে জোনমণি ৰাভাকো।

SI জোনমণি ৰাভাৰ গ্ৰেপ্তাৰক লৈ তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাই। SI জোনমণি ধোৱা তুলসীৰ পাত নাছিল বুলি মন্তব্য কৰিলে বিধায়কজনে। বিধায়ক অমিয় ভূঞাৰ মতে পূৰ্বেই শাস্তিৰ সন্মুখীন হ’ব লাগিছিল জোনমণি ৰাভা।

NKTV Digital
Author: NKTV Digital

11 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...