নাজিৰাত ড্ৰাগছ আসক্তই মেট্ৰিক পৰীক্ষাৰ্থীক কৰিলে ছুৰিকাঘাত

নাজিৰাত ড্ৰাগছ আসক্তৰ তাণ্ডৱ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক কৰিলে ছুৰিকাঘাত। পথ আগচি ধৰি ছুৰীৰে আক্ৰমণ প্ৰীতম গগৈ নামৰ ছাত্ৰজনক। নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰ প্ৰীতম গগৈ। সোঁ হাতত আঘাত পাইছে ছাত্ৰজনে। ঘটনা সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...