পুনৰ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস

পুনৰ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস। মগ্ৰৈ গাঁৱৰ সমীপৰ পানীখাটি অঞ্চলত নগাৰ গুলীবৰ্ষণ। সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে চেয়াৰমেন বস্তিৰ একাংশ নগা সোমাই আছিল অঞ্চলটোলৈ। তাৰপিছতে মগ্ৰৈ গাঁৱৰ যুৱকৰ দলৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল নগাৰ। তেনেতে অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ দলটোৱে গুলীবৰ্ষণ কৰে শূন্যলৈ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় মৰিয়নী আৰু দেৱেৰাপাৰ আৰক্ষী। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে পিষ্টলৰ এটা খালী কাৰ্টিজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...