জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড, পুখুৰীত বিহ ধালি নিধন কৰিলে হাজাৰ-হাজাৰ মাছ

পুখুৰীত বিহ ধালি নিধন কৰিলে হাজাৰ হাজাৰ মাছ। চাপৰৰ হাতীপোতাত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড। পুখুৰীত বিহ ঢলাৰ ফলত মৃত্যু লক্ষাধিক টকাৰ মাছ। অঞ্চলটোৰ আব্বাজ আলী নামৰ লোকজনৰ পুখুৰীত এই ভয়ংকৰ ঘটনা। বহু সংখ্যক মাছ নিধন হোৱাত মূৰত সৰগ ভাগি পৰে মাছমৰীয়াজনৰ। বৰ্তমান বুজন পৰিমাণৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে মৎসপালকজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...