মহাবিদ্যালয় চৌহদতে ছাত্ৰীয়ে শেষ কৰিলে জীৱন, গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। কলেজতে নিজকে শেষ কৰি দিলে এগৰাকী ছাত্ৰীয়ে। গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। পুৱা কলেজলৈ গৈ আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে। স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীক পৰৱৰ্তী সময়ত মূমূৰ্ষু অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে। ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। পৰিয়ালৰ মতে, এয়া আত্মহত্যা নহয়, এক পৰিকল্পিত হত্যা। ঘটনাৰ উপযুক্ত তদন্তৰ দাবী পৰিয়ালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...