প্ৰেমৰ বাবেই নাবালক ভাগিনক অপহৰণ কৰিলে মামীয়েকে

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী। এইবাৰ প্ৰেমৰ বাবেই নাবালক ভাগিনক অপহৰণ কৰিলে মামীয়েকে। কামাখ্যা গে’টৰ পৰা ১৭ বছৰীয়া ভাগিনক অপহৰণ কৰিলে বৈশ্য উপাধিৰ এগৰাকী মহিলাই। ঘটনাৰ পিছতেই ১৩৭/২৫ নম্বৰত দিছপুৰ আৰক্ষীয়ে থানাত ৰুজু হৈছিল এটা গোচৰ। সেই গোচৰৰ ভিত্তিতেই কেৰালাৰ পৰা গ্ৰেপ্তাৰ অপহৰণকাৰী মামীয়েকক। আৰক্ষীয়ে উদ্ধাৰ কৰে ১৭ বছৰীয়া কিশোৰজনকো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...