পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত বিক্ৰী নৱজাতক। খোদ ককাক আবেদ আলীয়ে বিক্ৰী কৰিলে সন্তান। বকোৰ এটা চক্ৰৰ হাতত বিক্ৰী শিশুটি। পিতৃ-মাতৃৰ অজ্ঞাতে বিক্ৰী কন্যা সন্তানটি।