ডিব্ৰুগড়ৰ আলুবাৰীত চাঞ্চল্যকৰ ঘটনা

ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা। উদণ্ড যুৱকৰ দলে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক। ডিব্ৰুগড়ৰ আলুবাৰীত সংঘটিত হৈছে এই ঘটনা।মৃত যুৱকজনৰ নাম তম্লু সোণাৰ। পুৰণি প্ৰতিশোধৰ বাবে ১০-১২ জনীয়া দলৰ এই কাণ্ড। বুধবাৰে নিশা যুৱকজনক গণ প্ৰহাৰ যুৱকৰ দলটোৰ। নিশাই AMCHত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক। আজি পুৱা মৃত্যুক সাৱটিলে ২৪ বছৰীয়া যুৱকজনে। দীপজ্যোতি ৰাজবংশী নামৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ সন্মুখত কঠিন কূটনৈতিক পৰীক্ষা; BRICS সন্মিলনৰ পৰা ভাৰতে কি লাভ কৰিব?

নতুন দিল্লীত আৰম্ভ হৈছে ১৮সংখ্যক BRICS সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি...

সু/ৰা/ই কাল হ’ল নেকি ৫ যুৱকৰ জীৱন? ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু/ৰ্ঘ/ট/না

শোণিতপুৰত ভয়ংকৰ পথ দু/ৰ্ঘ/ট/না, থিতাতে নি/হ/ত ৫ যুৱক। শোণিতপুৰৰ...

দিল্লীৰ ৰাজপথত পুটিনৰ ‘Aurus Senat’; কিয় বিশেষ পুটিনৰ এই বাহনখন?

নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ...

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...