২০ টকাৰ বাবেই মাতৃয়ে হ*ত্যা কৰিলে সন্তানক

২০ টকাৰ বাবেই মাতৃয়ে হত্যা কৰিলে সন্তানক। বৰপেটাৰ ফিঙুৱা গাঁৱত চাঞ্চল্যকৰ ঘটনা। ২০ টকা লৈ দোকানলৈ যোৱাৰ বাবেই মাতৃয়ে প্ৰহাৰ কৰিছিল ৭বছৰীয়া আছিয়া খাতুনক। অভিযুক্ত মাতৃক আটক কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...