২০ টকাৰ বাবেই মাতৃয়ে হ*ত্যা কৰিলে সন্তানক

২০ টকাৰ বাবেই মাতৃয়ে হত্যা কৰিলে সন্তানক। বৰপেটাৰ ফিঙুৱা গাঁৱত চাঞ্চল্যকৰ ঘটনা। ২০ টকা লৈ দোকানলৈ যোৱাৰ বাবেই মাতৃয়ে প্ৰহাৰ কৰিছিল ৭বছৰীয়া আছিয়া খাতুনক। অভিযুক্ত মাতৃক আটক কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বান্দৰ ক্ৰয় কৰিবলৈ চীনত লাগিছে হেতা-ওপৰা

নৱবৰ্ষৰ বাবে চীনত বান্দৰৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। আগতে...

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...