দিন-দুপৰতেই গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা

ক্ৰমাৎ যেন অসহিষ্ণু হৈ পৰিছে মানুহবোৰ। দিন-দুপৰতেই এইবাৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা এজন যুৱকক। উলুবাৰী উৰণ সেতুৰ তলত সংঘটিত হৈছে এই ঘটনা। আক্ৰমণৰ পৰা ৰক্ষা কৰে মহিলা সুৰক্ষাকৰ্মীয়ে। প্ৰথমে দুই যুৱকৰ হৈছিল তৰ্কাতৰ্কি। তাৰ পিছতেই চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা যুৱকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...