প্ৰেম কৰি দুয়োখন কাণ কটা গ’ল কিশোৰৰ!

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সিমান্তৱৰ্তী বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কৈলাশপুৰ শিমলুগুৰি গাঁৱত এক সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। জীয়ৰীৰ প্ৰেমিকৰ কাণ কাটিলে পিতৃয়ে।

প্ৰেমিকৰ সৈতে কন্যাক দেখি খৰ্গহস্ত হৈ পৰে পিতৃ। লগে লগেই ৰছীৰে বান্ধি কিশোৰজনক প্ৰেমিকাৰ পিতৃয়ে দিয়ে তালিবানী শাস্তি। কাটি দিয়ে কিশোৰজনৰ দুয়োখন কাণ। যি ঘটনাক লৈ অঞ্চলটোত এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত কিশোৰজনক স্থানীয় কেইজনমান লোকে উদ্ধাৰ কৰি ভৰ্তি কৰোৱায় হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...