প্ৰথমজন অসমীয়া! দেশৰ চোৰাংচোৱা শাখাৰ শীৰ্ষ পদত অসমীয়া IPS তপন ডেকা

তপন কুমাৰ ডেকা দেশৰ পৰৱৰ্তী আইবিৰ মুৰব্বী। ডাইৰেক্টৰেট অফ ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ দায়িত্বত অসম সন্তান। IB ৰ চীফৰূপে নিযুক্ত অসম সন্তান তপন কুমাৰ ডেকাক নিযুক্তি দিয়া হৈছে। অহা ১ জুলাইত দায়িত্বভাৰ গ্ৰহণ কৰিব তপন কুমাৰ ডেকাই। ১৯৮৮ বেটছৰ হিমাচল কেডাৰৰ IPS তপন কুমাৰ ডেকা। ইয়াৰ পূৰ্বে অসমৰ ডিজিপি হোৱাৰ বাবেও নাম চৰ্চালৈ আহিছিল। কাৰিকৰী কাৰণত ডিজিপিৰ পদত অধিস্থিত হ’ব পৰা নাছিল ডেকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...