পুৱতি নিশা সাপে খুঁটিলে ছলমান খানক

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক পুৱতি নিশা ৩ বজাত তেওঁৰ পানভেল ফাৰ্মহাউচত সাপে দংশন কৰে। ইয়াৰ পিছতে ততাতৈয়াকৈ অভিনেতাজনক নভী মুম্বাইৰ কামোথেৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে, চিকিৎসা গ্ৰহণ কৰাৰ পিছত আজি পুৱা প্ৰায় ৯ বজাত তেওঁক ডিছাৰ্জ কৰা হয় আৰু ফাৰ্মহাউচলৈ উভতি যায় অভিনেতাজন। প্ৰাপ্ত তথ্য অনুসৰি, সাপবিধ বিষাক্ত নাছিল।

ইফালে, কাইলৈ ছুপাৰষ্টাৰজনৰ জন্মদিন, সেয়েহে পৰিকল্পনা অনুসৰি এইবাৰ ওপজা দিন উদযাপন কৰিব নোৱাৰে খানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...