অসমীয়া চিনেমা জগতৰ বাবে আৰু এটা ভাল খবৰ

ছিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰূপজ্যোতি বৰঠাকুৰ পৰিচালিত ছবি সত্যঃ দ্য ট্ৰুথ

২০২৩ চনৰ ২৪ ছেপ্টেম্বৰত আমেৰিকাৰ ছিকাগো চহৰৰ আইকন থিয়েটাৰত প্ৰদৰ্শিত হ’ব ছবিখন।

ৰূপজ্যোতি বৰঠাকুৰ(বাবা)ৰে পৰিচালনা কৰিছে ছবিখন।

তিলোত্তোমা তালুকদাৰে চিটি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনত নায়কৰ ভূমিকাত অভিনয় কৰিছে উৎপল দাসে।

ছবিখনৰ সংগীত পৰিচালনা দিগন্ত ভাৰতী আৰু তৰালি শৰ্মাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভয়ংকৰ গৰমত ফ্ৰান্সত ৭,৩০০ৰো অধিক অতিৰিক্ত মৃত্যু

ফ্ৰান্সত এইবাৰ অভিলেখ সৃষ্টি কৰা তীব্ৰ গৰমে ভয়ংকৰ ৰূপ...

অৱশেষত ৬০ বছৰৰ মূৰত লাভ কৰিলে BA পাছৰ চাৰ্টিফিকেট! মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আমোদজনক কাহিনী

গুৱাহাটী বিশ্ববিদ্যালয়ত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰণ্টৰ...

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...