দলঙৰ পৰা স্কুটীসহ নদীত পৰি নিৰুদ্দেশ যুৱতী

চিৰাঙৰ কাকৰাগাঁও ৰাভাপাৰাত বৃহস্পতিবাৰে বিয়লিৰ ভাগত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। কুজীয়া নৈৰ দলঙৰ পৰা স্কুটীসহ নদীত পৰি নিৰুদ্দেশ হয় এগৰাকী যুৱতী। যুৱতীগৰাকীৰ সৈতে আছিল এটি কণমানি শিশু। আহত অৱস্থাত বিদিছা ৰাভা নামৰ শিশুটিক উদ্ধাৰ। নিৰুদ্দিষ্ট যুৱতীগৰাকী ঢেকীয়াজুলীৰ জোনমণি ৰাভা বুলি চিনাক্ত। বায়েকৰে ঘৰলৈ ফুৰিবলৈ আহিছিল জোনমণি ৰাভা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NHM-এ বাতিল কৰিলে CHOৰ বিজ্ঞাপন আৰু সাক্ষাৎকাৰ

কমিউনিটি হেল্থ অফিচাৰৰ বাবে ৮২২টা পদৰ দিছিল বিজ্ঞাপন। ২০২৫ৰ...

ভাৰতত নিষিদ্ধ ঘোষণা ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’

দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’...

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...