ৰতন টাটাক মোদীয়ে দিলে ডাঙৰ দ্বায়িত্ব!

ভাৰতৰ প্ৰবীণ উদ্যোগপতি তথা TATA SONSৰ অধ্যক্ষ ৰতন টাটাক এক বৃহৎ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তেওঁক PM CARES FUNDৰ নতুন ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হৈছে। ৰতন টাটাৰ লগতে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু লোকসভাৰ প্ৰাক্তন উপাধ্যক্ষ কাৰীয়া মুণ্ডাক পি এম কেয়াৰছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...