NKTVৰ বাতৰিৰ পিছতেই পৰীক্ষা সন্দৰ্ভত মুখ খুলিছে শিক্ষামন্ত্ৰীয়ে

মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছে চৰকাৰ। কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাৰ সৱিশেষ NK TVত সম্প্ৰচাৰ হোৱাৰ পিছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মুখ খুলিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

  • মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হ’ব
  • নতুন পদ্ধতিৰে পৰীক্ষা পাতিবলৈ সাজু চৰকাৰ
  • অচিৰেই পৰীক্ষা সন্দৰ্ভত প্ৰকাশ পাব SOP
  • NKTVৰ বাতৰিৰ পিছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়া
  • পৰীক্ষা সন্দৰ্ভত মুখ খুলিছে শিক্ষামন্ত্ৰীয়ে
  • ৪টা বিষয়ত অনুষ্ঠিত হ’ব পৰীক্ষা
  • প্ৰতিটো বিষয়ৰ মুঠ নম্বৰ হ’ব ২৫
  • পৃথক পৃথক হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নকাকত
  • পৰীক্ষাৰ সময় হ’ব ১ ঘণ্টা ১৫ মিনিট
  • মুখ্যমন্ত্ৰীৰে হোৱা নাই আলোচনা : শিক্ষামন্ত্ৰী
  • সাজু হৈছে স্বাস্থ্য বিভাগ
  • প্ৰতিক্ৰিয়া প্ৰকাশ আছু-ছাত্ৰ মুক্তিৰ
  • দোমোজাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক
  • কলা, বাণিজ্য, বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও ঐতিহাসিক সিদ্ধান্ত!
  • ছেবা আৰু কাউন্সিলে আৰম্ভ কৰিছে কাম
  • প্ৰশ্নকাকত প্ৰস্তুত কৰিব ছেবা-কাউন্সিলে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...