NKTVৰ বাতৰিৰ পিছতেই পৰীক্ষা সন্দৰ্ভত মুখ খুলিছে শিক্ষামন্ত্ৰীয়ে

মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছে চৰকাৰ। কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাৰ সৱিশেষ NK TVত সম্প্ৰচাৰ হোৱাৰ পিছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মুখ খুলিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

  • মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হ’ব
  • নতুন পদ্ধতিৰে পৰীক্ষা পাতিবলৈ সাজু চৰকাৰ
  • অচিৰেই পৰীক্ষা সন্দৰ্ভত প্ৰকাশ পাব SOP
  • NKTVৰ বাতৰিৰ পিছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়া
  • পৰীক্ষা সন্দৰ্ভত মুখ খুলিছে শিক্ষামন্ত্ৰীয়ে
  • ৪টা বিষয়ত অনুষ্ঠিত হ’ব পৰীক্ষা
  • প্ৰতিটো বিষয়ৰ মুঠ নম্বৰ হ’ব ২৫
  • পৃথক পৃথক হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নকাকত
  • পৰীক্ষাৰ সময় হ’ব ১ ঘণ্টা ১৫ মিনিট
  • মুখ্যমন্ত্ৰীৰে হোৱা নাই আলোচনা : শিক্ষামন্ত্ৰী
  • সাজু হৈছে স্বাস্থ্য বিভাগ
  • প্ৰতিক্ৰিয়া প্ৰকাশ আছু-ছাত্ৰ মুক্তিৰ
  • দোমোজাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক
  • কলা, বাণিজ্য, বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও ঐতিহাসিক সিদ্ধান্ত!
  • ছেবা আৰু কাউন্সিলে আৰম্ভ কৰিছে কাম
  • প্ৰশ্নকাকত প্ৰস্তুত কৰিব ছেবা-কাউন্সিলে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...