দেওবাৰৰ পৰা ৰাজ্যত হ’ব বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে! ৰাজ্যত বিগত কেইবাদিনো ধৰি বৃদ্ধি পাইছে উষ্ণতা। এই গৰমে বাৰুকৈয়ে জ্বলা কলা খুৱাইছে গুৱাহাটীবাসীক। কেৱল গুৱাহাটীয়েই নহয় আন আন স্থানতো দিনৰ ভাগত বৃদ্ধি পাইছে গৰম। এই গৰমৰ পৰা কিছু পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। বিশেষভাবে কোকৰাঝাৰ, চিৰাং, বৰপেটা, বাক্সা,ওদালগুৰি, শোণিতপুৰ, দৰং,বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। দেওবাৰৰ পৰা পাতলীয়া বৰষুণ দিয়াৰ সম্ভাৱনা আছে। এই তথ্য সদৰি কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...