অৱশেষত আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক

অৱশেষত আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱেও অনুমোদন জনালে বিধেয়কত। কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত জাৰি কৰিলে জাননী। শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে অনুমোদন জনালে সংশোধনী বিধেয়কখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...