আৰক্ষীৰ জালত ড্ৰাগছসহ ২ সৰবৰাহকাৰী ৰিণ্টু আলী আৰু আফনুৰ আলী

আৰক্ষীৰ চকুত ধূলি দি এতিয়াও একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ অবৈধ ব্যৱসায়। ড্ৰাগছ বিৰোধী অভিযানত পুনৰ মুকালমুৱা আৰক্ষীৰ জালত পৰে ২ ড্ৰাগছ সৰবৰাহকাৰী। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত অভিযান চলাই নাৰায়ণপুৰৰ পৰা আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰিণ্টু আলী(বৰা) আৰু আফনুৰ আলী। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ৪৩৮টা নিচাযুক্ত টেবলেট আৰু ৪টা মোবাইল ফোন জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...